December 7, 2025 7:06 PM December 7, 2025 7:06 PM
7
শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ বিশ্ববিদ্যালয়সমূহক দক্ষতাৰ পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰিবলৈ আহ্বান
বিশিষ্ট সাহিত্যিক, সাংবাদিক হোমেন বৰগোহাঞিৰ জন্মবার্ষিকীৰ লগত সংগতি ৰাখি কটন বিশ্ববিদ্যালয়ত আয়োজিত এটা অনুষ্ঠানত আজি ৰাজ্যৰ ১৮গৰাকী সাহিত্যিকক সাহিত্য বঁটা আৰু ১০গৰাকী সাহিত্যিকক সাহিত্যিক পেঞ্চন প্ৰদান কৰা হয়। মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে বিশিষ্ট সাহিত্যিকসকলক বঁটা প্ৰদান কৰে। বৰেণ্য কথাশিল্পীগৰাকীলৈ শ্ৰদ্ধা জনাই মন্ত্ৰী শ্ৰীপেগুৱে হোমেন বৰগোহাঞিৰ আদৰ্শই ৰাজ্যৰ নৱ প্ৰজন্মক আজিও সাহিত্য চৰ্চাৰ ক্ষেত্ৰত অনুপ্ৰাণিত কৰে বুলি মন্তব্য কৰে। ২০২৫ বৰ্ষৰ সাহিত্য বঁটা লাভ কৰা সকলৰ ভিতৰত ফণীন্দ্ৰ কুমাৰ দেৱচৌ...