February 10, 2025 1:20 PM
আধ্যাত্মিক গুৰু সদগুৰু উপস্থিতিত ৰাজ্য চৰকাৰৰ বিভিন্ন শীর্ষ বিষয়াসকলৰ সৈতে মুখ্যমন্ত্রীৰ মত বিনিময়
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি আধ্যাত্মিক গুৰু সদগুৰু উপস্থিতিত ৰাজ্য চৰকাৰৰ বিভিন্ন শীর্ষ বিষয়াসকলৰ সৈতে এটা মত বিনিময় অনুষ্ঠানত মিলিত হয়। এই অনুষ্ঠানত আধ্যাত্মিক গুৰুগৰ...