July 4, 2025 8:16 PM
17
সাৱিত্ৰীবাই ফুলে ৰাষ্ট্ৰীয় মহিলা আৰু শিশু বিকাশ প্ৰতিষ্ঠানৰ ষষ্ঠ কেন্দ্ৰ মুকলি
কেন্দ্ৰীয় মহিলা আৰু শিশু বিকাশ মন্ত্রী অন্নপূর্ণা দেৱীয়ে আজি ঝাৰখণ্ডৰ ৰাঁচীৰ সাৱিত্ৰীবাই ফুলে ৰাষ্ট্ৰীয় মহিলা আৰু শিশু বিকাশ প্ৰতিষ্ঠানৰ ষষ্ঠ তথা নতুন আঞ্চলিক কেন্দ্ৰটো মুকলি কৰে। মহিলা আৰু শিশু বিকাশ ৰাজ্যমন্ত্ৰী সাৱিত্ৰী ঠাকুৰ, সামৰিক ৰাজ্যমন্ত্ৰী তথা ৰাঁছীৰ সাংসদ সঞ্জয় শেঠ, হাথিয়া বিধানসভাৰ বিধায়ক নবীন জয়ছৱালো এই অনুষ্ঠানত উপস্থিত থাকে। ৰাইজক উদ্দেশ্যি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, যে মহিলা আৰু শিশু বিকাশ মন্ত্ৰীলয়ে উদ্বোধন কৰা নতুন এই আঞ্চলিক কেন্দ্ৰটোৱে ক্ষমতা বিকাশৰ প্ৰয়াস আৰু স...