November 20, 2025 12:58 PM

views 20

বিনিয়োগকাৰী সকলক সাৱধান হৈ থকাৰ লগতে পঞ্জীয়ন নকৰা অনলাইন বন্ড প্লেটফর্মত লেনদেন কৰিবলৈ আহ্বান ছেবিৰ

ভাৰতীয় সুৰক্ষা আৰু বিনিয়ম বোর্ড- ছেবিয়ে বিনিয়োগকাৰী সকলক সাৱধান হৈ থকাৰ লগতে পঞ্জীয়ন নকৰা অনলাইন বন্ড প্লেটফর্মত লেনদেন কৰিবলৈ আহ্বান জনাইছে। পঞ্জীয়নভুক্ত নোহোৱা প্লেটফর্মসমূহ পর্যবেক্ষণ তথা নিৰীক্ষণৰ আওতালৈ নাহে আৰু এই প্লেটফর্মসমূহত বিনিয়োগকাৰী সকলৰ সুৰক্ষা আৰু ওজৰ-আপত্তি আদি গ্রহণ কৰাৰো কোনো ব্যবস্থা নাথাকে বুলি ছেবিয়ে প্রকাশ কৰিছে। কালি জাৰি কৰা এখন প্ৰেছ বিজ্ঞপ্তিত ফিনটেক কোম্পানীসমূহ আৰু ষ্টক ব্ৰকাৰ সকলৰ লগতে বিভিন্ন সংস্থাই উপযুক্ত পঞ্জীয়ন অবিহনেই অনলাইন বণ্ড প্লেটফর্ম প্রদানকাৰী হিচাপে স...