June 26, 2024 8:24 PM

views 29

ম্যানমাৰৰ ভাৰত সীমান্তত হিংসা আৰু অস্থিৰতাক লৈ মন্ত্রী ড০ এছ জয়শংকৰৰ গভীৰ উদ্বেগ

বিদেশ মন্ত্রী ড০ এছ জয়শংকৰে ম্যানমাৰৰ ভাৰত সীমান্তৱৰ্ত্তী এলেকাত অব্যাহত থকা হিংসা আৰু অস্থিৰতাক লৈ গভীৰ উদ্বেগ প্রকাশ কৰিছে। শ্ৰীজয়শংকৰে ম্যানমাৰৰ উপ-প্রধানমন্ত্ৰী আৰু বিদেশ মন্ত্রী ইউ থান শ্বেক নতুন দিল্লীত সাক্ষাৎ কৰে। বিদেশ মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতে এই পৰিস্থিতিৰ সমাধান কৰাৰ বাবে সকলো অংশীদাৰকে অন্তৰ্ভুক্ত কৰিবলৈ ইচ্ছুক। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীজয়শংকৰে কয় যে তেওঁ বিশেষকৈ চোৰাং অস্ত্ৰ সৰবৰাহ, নিচাজাতীয় সামগ্ৰীৰ অবৈধ বেহা তথা মানৱ সৰবৰাহৰ দৰে ঘটনা প্ৰধান প্ৰত্যাহ্বান বুলি গ্ৰহণ...

June 24, 2024 6:04 PM

views 13

দেশৰ সকলো পাছপোর্ট সংস্থাক ডºএছ জয়শংকৰৰ দ্বাদশ পাছপোর্ট সেৱা দিৱসৰ শুভেচ্ছা

বৈদেশিক পৰিক্ৰমা মন্ত্রী এছ জয়শংকৰে দ্বাদশ পাছপোর্ট সেৱা দিৱস উপলক্ষে দেশৰ সকলো পাছপোর্ট সংস্থাক শুভেচ্ছা জনাইছে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত জয়শংকৰে নাগৰিক-কেন্দ্ৰিক বৈদেশিক নীতিৰ প্ৰচাৰৰ ক্ষেত্ৰত পাছপোৰ্ট সংস্থাৰ প্ৰচেষ্টাৰ শলাগ লয়। তেওঁ লগতে পাছপোৰ্ট প্ৰেৰণ প্ৰক্ৰিয়াত হোৱা গুৰুত্বপূৰ্ণ উন্নয়নৰো শলাগ লয়। ডº এছ জয়শংকৰে কয় যে পাছপোর্ট সেৱাসমূহ আৰু অধিক দ্ৰুতবেগী, বিশ্বাসযোগ্য, সহজলভ্য, স্বচ্ছ তথা নাগৰিকৰ সুবিধাৰ বাবে গঢ়ি তোলাৰ ক্ষেত্ৰত প্ৰচেষ্টা অব্যাহত ৰাখিছে। তেওঁ কয় যে ২০২৩ চন...

May 14, 2024 11:19 AM

views 23

ভাৰত আৰু ইৰাণৰ মাজৰ চাবাহাৰ বন্দৰ চুক্তিয়ে বৃহৎ বিনিয়োগৰ পথ মুকলি কৰিব : বিদেশ মন্ত্রী

বিদেশ মন্ত্রী ড°এছ জয়শংকৰে কালি দৃঢ়তাৰে কয় যে ভাৰত আৰু ইৰাণৰ মাজৰ চাবাহাৰ বন্দৰ চুক্তিয়ে বৃহৎ বিনিয়োগৰ পথ মুকলি কৰিব আৰু ভাৰতক মধ্য এছিয়াৰ সৈতে সংযোগ কৰিব। মুম্বাইত এখন সংবাদমেল সম্বোধন কৰি বিদেশ মন্ত্ৰীগৰাকীয়ে কয় যে এই চুক্তিখন হ'ল কৌশলগতভাৱে অতি বিশেষ আৰু ই কৰাচীৰ লগতে পাকিস্তানৰ গাদাৰ বন্দৰসমূহক বাদ দিইৰাণৰ মাজেৰে দক্ষিণ এছিয়া আৰু মধ্য এছিয়াৰ মাজত নতুন বাণিজ্যিক পথ মুকলি কৰিব। তেওঁ লগতে কয় যে ইয়াৰ দ্বাৰা ব্যৱসায়িক সম্প্রদায়ে স্পৰ্শকাতৰ আৰু ব্যস্ত পাৰস্য উপসাগৰ আৰু হৰমুজ প্রণালীৰ...