August 30, 2025 11:03 AM
অহা ডিচেম্বৰত ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন
ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন অহা ডিচেম্বৰত ভাৰতলৈ আহিব বুলি ক্রেমলিনৰ বৈদেশিক নীতিৰ শীর্ষ বিষয়া য়ুৰি উশ্বাক’ভে প্রকাশ কৰিছে। তেওঁ কয়, যে ৰাষ্ট্ৰপতি পুটিনে অহা সোমবাৰে চীনৰ টি...