April 20, 2025 9:09 PM
ৰাছিয়াৰ মহাকাশচাৰী এলেক্সেই অৱচিনিন আৰু ইভান ৱাগনাৰ আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত ৭ মহীয়া অভিযানৰ অন্তত পৃথিৱীলৈ উভতি আহিল
ৰাছিয়াৰ মহাকাশচাৰী এলেক্সেই অৱচিনিন আৰু ইভান ৱাগনাৰ তথা আমেৰিকাৰ ডনাল্ড পেটীত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত ৭ মহীয়া এটা অভিযানৰ অন্তত পৃথিৱীলৈ উভতি আহিছে। ৰাছিয়াৰ চয়ুজ এম এছ-২৬ ম...