May 15, 2025 12:10 PM
ৰাছিয়া-ইউক্রেইনৰ মাজত হ’বলগীয়া পোনপটীয়া আলোচনাত ৰাষ্ট্ৰপতি ভ্লাডিমীৰ পুটিন উপস্থিত নাথাকে : ক্রেমলিন
ৰাষ্ট্ৰপতি ভ্লাডিমীৰ পুটিন ৰাছিয়া আৰু ইউক্রেইনৰ মাজত আজি তুৰস্কৰ ইস্তানবুলত হ'বলগীয়া পোনপটীয়া আলোচনাত উপস্থিত নাথাকে বুলি ক্রেমলিন মহলে প্রকাশ কৰিছে। ৰাষ্ট্ৰপতি পুটিনৰ সহযোগী ভ্লা...