December 27, 2025 8:15 PM

views 29

ইউক্রেইনৰ ৰাজধানী কীভত যোৱানিশা ৰাছিয়াৰ আক্ৰমণত এগৰাকী ব্যক্তিৰ মৃত্যু হোৱাৰ লগতে ২৭ জন আহত

ইউক্রেইনৰ ৰাজধানী কীভত যোৱানিশা ৰাছিয়াই কৰা আক্ৰমণত এগৰাকী ব্যক্তিৰ মৃত্যু হোৱাৰ লগতে ২৭ জন আহত হৈছে। ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে কৈছে যে ইউক্রেইনৰ শক্তি, আন্তঃগাঁথনি আৰু সেনা ঔদ্যোগিক ব্যৱস্থাসমূহ ধ্বংস কৰাৰ উদ্দেশ্যে ৰাছিয়াৰ সেনাবাহিনীয়ে এই আক্ৰমণত দীৰ্ঘ দূৰত্বৰ অস্ত্ৰ, ক্ষেপনাস্ত্ৰৰ লগতে ড্ৰোণৰ ব্যৱহাৰ কৰা বুলি উল্লেখ কৰিছে। এই আক্ৰমণত দেশখনৰ কিছু অঞ্চল বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে। উল্লেখযোগ্য যে ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভলডিমিৰ জেলেনস্কি যোৱা প্ৰায় ৪ বছৰ ধৰি ৰাছিয়াৰ সৈতে চলি থকা যুদ্ধৰ অৱস...

September 5, 2025 11:32 AM

views 33

পাশ্চাত্যৰ ২৬ খন দেশে ইউক্রেইনত সৈন্যবাহিনী নিয়োগ কৰিবলৈ অংগীকাৰবদ্ধ হৈছে

পাশ্চাত্যৰ ২৬ খন দেশে ৰাছিয়াৰ সৈতে হোৱা সংঘাত শেষ হোৱাৰ পাছত ইউক্রেইনত জল, স্থল বা আকাশী পথেৰে সৈন্য নিয়োগ কৰিবলৈ অংগীকাৰবদ্ধ হৈছে। ইউক্রেইনক সমৰ্থন কৰা ৩৫খন দেশৰ সন্মিলনৰ পাছত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্রই এই ঘোষণা কৰে ৷ শ্রীমেক্রই কয় যে ইয়াৰে ২৬খন দেশে ইউক্রেইনত সৈন্য নিয়োগ কৰিবলৈ নাইবা জল, স্থল বা আকাশত উপস্থিতি নিশ্চিত ৰাখিবলৈ প্ৰতিশ্রুতিবদ্ধ হৈছে। ই যুদ্ধবিৰতি বা শান্তিৰ পাছত দেশখনৰ নিৰাপত্তা শক্তিশালী কৰাত সহায়ক হ'ব। ইয়াৰ পূৰ্বে মেৰঁ আৰু ইউৰোপৰ অন্যান্য নেতাসকলে ইউক্রেইনৰ ৰাষ্...

June 2, 2025 8:44 PM

views 25

ইষ্টানবুলৰ ঐতিাসিক চিৰাগান অট্টালিকাত ৰাছিয়া আৰু ইউক্রেইনৰ মাজত দ্বিতীয় পৰ্যায়ৰ শান্তি আলোচনা আৰম্ভ

ইষ্টানবুলৰ ঐতিাসিক চিৰাগান অট্টালিকাত আজি ৰাছিয়া আৰু ইউক্রেইনৰ মাজত দ্বিতীয় পৰ্যায়ৰ শান্তি আলোচনা আৰম্ভ হ'ব। ৰাছিয়াৰ হৈ ৰাষ্ট্ৰপতিৰ সহযোগিতাত আৰু উপ বিদেশ মন্ত্রী মিখাইল গালুজিনে দেশখনৰ প্ৰতিনিধিত্ব কৰিব। আনহাতে, ইউক্রেইনৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰুস্তাম উমৰ'বে দেশখনৰ প্ৰতিনিধি হিচাপে উপস্থিত থাকিব। তুৰ্কীৰ বিদেশ মন্ত্ৰী হাকান ফিদানৰ মধ্যস্থতাত এই বৈঠক অনুষ্ঠিত হ'ব। ইয়াৰ পূৰ্বে ৰাছিয়াৰ বিদেশ মন্ত্ৰালয়ৰ মুখপাত্র মাৰিয়া জাখাৰোবাই কৈছিল যে তুর্কী বা আন কোনো পক্ষৰ মধ্যস্থতাত ৰাছিয়া আৰু ইউক্রেইনৰ...