August 3, 2025 7:42 PM
36
ৰাছিয়াৰ কামচাটকা উপদ্বীপত থকা ক্র’ছেনিনিক’ভ আগ্নেয়গিৰি ৬০০ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে উদগিৰণ
ৰাছিয়াৰ কামচাটকা উপদ্বীপত থকা ক্র’ছেনিনিক’ভ আগ্নেয়গিৰি আজি ৬০০ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে উদগিৰণ হয়। স্থানীয় কৰ্তৃপক্ষই জনোৱা মতে ৰাছিয়াৰ সময় অনুসৰি পুৱতি নিশা ২ বাজি ৫০ মিনিটত এই উদগিৰণ হয় যাৰ বাবে সমুদ্রপৃষ্ঠৰ ৪ মিটাৰ ওপৰলৈ ছাইৰ ডাৱৰে আৱৰি ধৰে। আগ্নেয়গিৰি উদগিৰণৰ বাবে বিমান পৰিবহণত ব্যাঘাত জন্মিব পাৰে বুলি সতর্কতা জাৰি কৰা হৈছে। দেশখনত শেহতীয়াকৈ অহা ৮.৭ প্রাবল্যৰ ভূমিকম্প আৰু পাছত ঘনে ঘনে হৈ থকা জোকাৰণিৰ ফলতেই এই আগ্নেয়গিৰি উদগিৰণ হোৱা বুলি ধাৰণা কৰা হৈছে। ইয়াৰ বাবে চুনামীৰ সতৰ্কতাও জ...