June 13, 2025 12:16 PM

views 33

ইউক্রেইন আৰু ৰাছিয়াৰ কাৰাবন্দী বিনিময়ৰ দ্বিতীয় পৰ্যায় সম্পূৰ্ণ

ইউক্রেইন আৰু ৰাছিয়াই কালি কাৰাবন্দী বিনিময়ৰ দ্বিতীয় পৰ্যায় সম্পূৰ্ণ কৰে। এই পৰ্যায়ত বিনিময় কৰা কাৰাবন্দীসকলৰ মাজত গুৰুতৰভাৱে অসুস্থ আৰু আঘাতপ্রাপ্ত সৈনিকো আছে। ইউক্রেইন সশস্ত্র বাহিনী নেচনেল গাৰ্ড আৰু বৰ্ডাৰ গাৰ্ডৰ সৈনিকসকলক মুকলি কৰি দিয়া হৈছে বুলি দেশখনৰ ৰাষ্ট্ৰপতি ভ'ল'ডিমিৰ জেলেনস্কিয়ে ঘোষণা কৰিছে। একে সময়তে ইউক্রেইনৰ তৰফৰ পৰা ৰাচিয়াৰ সৈনিকৰ এটা দল মুকলি কৰি দিয়া হৈছে আৰু তেওঁলোকক বেলাৰুচত মানসিক আৰু স্বাস্থ্যৰ যতন লোৱা হৈছে বুলি ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে জানিবলৈ দিছে। ইস্ত...