October 18, 2024 11:39 AM

views 30

ধুবুৰীৰ ৰূপসী বিমানবন্দৰৰ পৰা গুৱাহাটী আৰু কলকাতালৈ পুনৰ সেৱা আৰম্ভ

ধুবুৰী জিলাৰ ৰূপসী বিমানবন্দৰযোগে পশ্চিম অসমৰ অঞ্চলসমূহৰ বাবে সুন্দৰ সুযোগ সুবিধা সৃষ্টি কৰি গুৱাহাটী আৰু কলকাতালৈ পুনৰ সেৱা আগবঢ়াইছে। ৰূপসী বিমানবন্দৰৰ নতুন সেৱা আৰম্ভ হোৱা বাবে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই শুভেচ্ছা জনাইছে। সূচল বিমান যাতায়াতৰ বাবে ৰূপসীৰ পৰাই যাত্ৰীসকলে গুৱাহাটী আৰু কলকাতালৈ যাত্ৰা কৰিব পাৰিব বুলি তেওঁ কয়। ইফালে ৰাজ্যৰ হস্ততাঁত আৰু বস্তশিল্প মন্ত্রী উৰ্খাও গৌৰা ব্ৰহ্মই কালি ধুবুৰী জিলাৰ ৰূপসী বিমান বন্দৰৰ পৰা বিমান চলাচলৰ শুভাৰম্ভ কৰে। কালিৰে পৰা শুভাৰম্ভ হোৱা এই বিমান ...