October 17, 2024 6:35 PM

views 24

ধুবুৰী জিলাৰ ৰূপসী বিমানবন্দৰৰ পৰা নতুন বিমান সেৱা আৰম্ভ

ধুবুৰী জিলাৰ ৰূপসী বিমানবন্দৰত নতুন সেৱা আৰম্ভ হোৱাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুভেচ্ছা জনাইছে। এটা বাৰ্তাত মুখ্যমন্ত্রী শ্রীশর্মাই কয় যে, এই বিমান বন্দৰযোগে পশ্চিম অসমৰ অঞ্চলসমূহৰ বাবে সুন্দৰ সুযোগ সুবিধা সৃষ্টি কৰি গুৱাহাটী আৰু কলকাতালৈ পুনৰ সেৱা আগবঢ়াব। সূচল বিমান যাতায়তৰ বাবে ৰূপসী পৰাই যাত্ৰীসকলে গুৱাহাটী আৰু কলকাতালৈ যাত্ৰা কৰিব পাৰিব বুলি তেওঁ কয়। ইফালে ৰাজ্যৰ হস্ততাঁত আৰু বস্তশিল্প মন্ত্রী উৰ্খাও গৌৰা ব্ৰহ্মই আজি ধুবুৰী জিলাৰ ৰূপসী বিমান বন্দৰৰ পৰা বিমান চলাচলৰ শুভাৰম্ভ ক...