July 1, 2025 8:21 PM July 1, 2025 8:21 PM

views 4

নগাঁৱত মন্ত্ৰী ৰূপেশ গোৱালাৰ পর্যালোচনা বৈঠক

নগাঁও জিলাৰ আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আজি অসম চৰকাৰৰ চাহ কল্যাণ, চাহ জনজাতি, গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষা বিভাগৰ মন্ত্ৰী ৰূপেশ গোৱালাৰ সভাপতিত্বত এখন পর্যালোচনা বৈঠক অনুষ্ঠিত হয়। জিলাখনৰ শ্ৰম বিভাগ, স্বাস্থ্য, জনস্বাস্থ্য কাৰিকৰী, বিদ্যুৎ, শিক্ষা, মহিলা আৰু শিশু উন্নয়ন বিভাগ, উদ্যোগ, মহকুমা কল্যাণ বিভাগ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ, খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা আদি বিভাগসমূহৰ মুৰববী বিষয়াসকল আৰু চাহ বাগিচাৰ পৰিচালকসকলে এই বৈঠকত অংশগ্রহণ কৰে। নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্...