November 14, 2024 8:46 PM

views 16

আন্তর্জাতিক মুদ্ৰা বজাৰত ভাৰতীয় টকাৰ মূল্য মার্কিন ডলাৰৰ তুলনাত ৮৪ টকা ৩৯ পইচালৈ হ্ৰাস

আন্তর্জাতিক মুদ্ৰা বজাৰত ভাৰতীয় টকাৰ মূল্য মার্কিন ডলাৰৰ তুলনাত ৮৪ টকা ৩৯ পইচালৈ হ্ৰাস পাইছে। কালিৰ তুলনাত টকাৰ মূল্যৰ সামান্য অৱনমন ঘটিছে। অৱশ্যে চুবুৰীয়া দেশকেইখনৰ মুদ্ৰাৰ তুলনাত ভাৰতীয় টকাৰ মূল্য পূৰ্বতকৈ বৃদ্ধি পাইছে।