November 15, 2025 12:19 PM November 15, 2025 12:19 PM
23
বিহাৰ বিধানসভা নিৰ্বাচনত ২০২খন আসন লাভ কৰি পুনৰবাৰ শাসনলৈ এনডিএ মৰ্চা
বিহাৰ বিধানসভা নিৰ্বাচনত শাসনাধিষ্ঠিত এন ডি এ মৰ্চা বিপুল সংখ্যাগৰিষ্ঠতাৰে পুনৰবাৰ শাসনলৈ আহিছে। এন ডি এই মুঠ ২৪৩ খন আসনৰ ভিতৰত ২০২ খনতে জয়লাভ কৰিছে। আটাইকইটা সমষ্টিৰ ফলাফল যোৱা নিশা ঘোষণা কৰা হয়। ৰাজ্যখনত চৰকাৰ গঠনৰ বাবে যিকোনো এটা দল বা মিত্রজোঁটক ১২২ খন আসনৰ প্ৰয়োজন আছিল ৷ বিজেপিয়ে অকলে ৮৯ খন আসনত জয়লাভ কৰিছে। এন ডি এৰ সহযোগী দল মুখ্যমন্ত্ৰী নীতিশ কুমাৰ নেতৃত্বাধীন JDUয়ে ৮৫খন আসনত জয়লাভ কৰাৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী ছিৰাগ পাছোৱান নেতৃত্বাধীন লোক জনশক্তি পার্টীয়ে ১৯ খন আসন লাভ কৰে। প্ৰা...