March 1, 2025 12:22 PM
দেশত বিগত দুবছৰত কয়লাৰ সৰবৰাহ দুগুণলৈ বৃদ্ধিঃ কয়লা মন্ত্ৰ্যালয়
দেশত বিগত দুবছৰত কয়লাৰ সৰবৰাহ দুগুণলৈ বৃদ্ধি পাইছে। কয়লা মন্ত্র্যালয়ে প্রকাশ কৰা অনুসৰি ২০২২ চনত দেশত ৰে'লপথ আৰু সাগৰীয় পথেৰে সৰবৰাহ হোৱা ২৮ নিযুত মেট্রিক টনৰ পৰা ২০২৪ চনত কয়লাৰ পৰিম...