December 11, 2025 8:08 PM

views 19

ৰাজ্য সভাত বন্দে মাতৰমৰ ডেৰশ বছৰীয়া জয়ন্তী সন্দৰ্ভত আলোচনা

ৰাজ্য সভাত আজি বন্দে মাতৰমৰ ডেৰশ বছৰীয়া জয়ন্তী সন্দৰ্ভত চলি থকা আলোচনা আগবঢ়াই নিয়া হয়। কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে যোৱা মঙলবাৰে এই আলোচনাৰ পাতনি মেলিছিল। আলোচনা সামৰি কেন্দ্রীয় মন্ত্রী জেপি নাড্ডাই কয়, যে বন্দে মাতৰমে দেশৰ আত্মা জনাই তুলি ভাৰতৰ বিভিন্ন সংস্কৃতিৰ মাজত সেঁতু গঢ়ি তোলে। তেওঁ লগতে কয়, যে এই ৰাষ্ট্রীয় গীতে দেশৰ প্ৰতিজন ব্যক্তিকে উৎসাহিত কৰি তোলে আৰু দেশক একতাৰ বান্ধোনেৰে বান্ধ খুৱাই ৰখাত সহায় কৰে। শ্রী নাড্ডাই কয়, যে বন্দে মাতৰমে দেশৰ স্বাধীনতা সংগ্ৰামৰ বহুবোৰ ঐতিহাসিক ঘটনাৰ স্বা...