August 12, 2025 9:03 PM
12
ৰাজ্যসভাত আজি কেইবাখনো বিধেয়ক উত্থাপন
ৰাজ্যসভাত আজি ৰাষ্ট্ৰীয় ক্রীড়া প্ৰশাসন বিধেয়ক ২০২৫ আৰু ৰাষ্ট্ৰীয় ড'পিং বিৰোধী সংশোধন বিধেয়ক-২০২৫ বিবেচনাৰ বাবে গ্ৰহণ কৰা হয়। ৰাষ্ট্ৰীয় ক্রীড়া প্রশাসন বিধেয়কখনত ৰাষ্ট্ৰীয় ক্রীড়া সংস্থাসমূহক স্বীকৃতি প্রদান কৰাৰ লগতে সেইসমূহৰ কাম-কাজ নিয়ন্ত্ৰণ কৰাৰ সুবিধা থাকিব। এই বিধেয়কখনত ৰাষ্ট্ৰীয় অলিম্পিক কমিটি, ৰাষ্ট্ৰীয় পেৰালিম্পিক কমিটি, ৰাষ্ট্ৰীয় তথা আঞ্চলিক ক্রীড়া ফেডাৰেচন স্থাপনৰো ব্যৱস্থা আছে। ৰাষ্ট্ৰীয় ক্রীড়া সংস্থাসমূহে আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহৰ সৈতে স্বীকৃতি লাভ কৰিব। ইয়াৰ উপৰি...