March 17, 2025 7:56 PM

views 18

ৰে’ল আন্তঃগাঁথনি উন্নীতকৰণৰ জৰিয়তে ৰে’লযাত্ৰা সুনিশ্চিত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ

কেন্দ্ৰীয় চৰকাৰে ৰে'ল আন্তঃগাঁথনি উন্নীতকৰণৰ জৰিয়তে যাত্ৰীসকলৰ বাবে সুলভ আৰু আৰামদায়ক ৰে'লযাত্ৰা সুনিশ্চিত কৰিবলৈ কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা বুলি ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে মন্তব্য কৰিছে। দেশত ৰে'ল দুৰ্ঘটনাৰ সংখ্যা হ্ৰাস কৰিবলৈ নিৰন্তৰ প্ৰচেষ্টা অব্যাহত থকাৰ লগতে যোৱা ১০ বছৰত ৰে'লখণ্ডত প্ৰায় ৫ লাখ কর্মসংস্থাপন সৃষ্টি হোৱা বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। আজি ৰাজ্যসভাত ৰে'ল মন্ত্ৰালয়ৰ কাম-কাজ সন্দৰ্ভত হোৱা এটা পৰ্যালোচনাত অংশগ্ৰহণ কৰি শ্ৰীবৈষ্ণৱে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় য...