December 18, 2024 9:06 PM

views 9

আৰক্ষীৰ আধুনিকীকৰণৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক সৰ্বমুঠ ৪,৮৪৬ কোটি টকাত অনুমোদন

কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে আৰক্ষীৰ আধুনিকীকৰণৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক সাহায্য প্ৰদান কৰা আঁচনিৰ অধীনত সৰ্বমুঠ ৪,৮৪৬ কোটি টকা ব্যয়ত অনুমোদন জনাইছে। ৰাজ্যসভাত এটা লিখিত প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয়, যে এই আঁচনিৰ অধীনত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ আৰক্ষীক আধুনিক প্ৰযুক্তি, অস্ত্ৰ-শস্ত্ৰ আৰু যোগাযোগ সঁজুলিৰ প্ৰদান কৰাৰ লগতে আৰক্ষী চকীসমূহ উন্নত কৰি গঢ়ি তোলা হ'ব। এই আঁচনিৰ অধীনত গৃহ নির্মাণকে ধৰি অন্যান্য আন্তঃগাথনিৰ গতিশীলতা আৰু...