March 24, 2025 9:10 PM

views 11

দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ বাসগৃহত নগদ ধন উদ্ধাৰ সন্দৰ্ভত ৰাজ্যসভাৰ সভাপতি জগদীপ ধনখড়ৰ উদ্বেগ প্রকাশ

ৰাজ্যসভাৰ সভাপতি জগদীপ ধনখড়ে দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ বাসগৃহত নগদ ধন উদ্ধাৰ কৰা বিষয়টো সন্দৰ্ভত উদ্বেগ প্রকাশ কৰিছে। শ্রীধনখড়ে আজি ৰাজ্যসভাৰ নেতা জে পি নাড্ডা আৰু বিৰোধী দলৰ নেতা মল্লিকার্জুন খাৰ্গেৰ সৈতে এই বিষয়টো সন্দৰ্ভত আলোচনা কৰে। শ্ৰীধনখড়ে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাক এই সন্দৰ্ভত তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে প্ৰশংসা কৰে। তেওঁ মুখ্য ন্যায়াধীশ গৰাকীক ইয়াৰ বাবে এখন বিশেষ সমিতি গঠন কৰাৰ বাবে বিবেচনা কৰিবলৈ আহ্বান জনায়। ৰাজ্যসভাৰ সভাপতিগৰাকীয়ে এই ...