July 30, 2025 9:08 PM
12
সিন্দুৰ অভিযান সন্দৰ্ভত ৰাজ্যসভাত আজি পুনৰ আলোচনা অনুষ্ঠিত
পেহেলগাম সন্ত্রাসবাদী আক্ৰমণৰ প্রতুত্ত্যৰস্বৰূপে ভাৰতে চলোৱা শক্তিশালী, সফল আৰু নিৰ্ণায়ক সিন্দুৰ অভিযান সন্দৰ্ভত ৰাজ্যসভাত আজি পুনৰ আলোচনা অনুষ্ঠিত হৈছে। আলোচনাত অংশ লৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে এই অভিযান সামৰাৰ ক্ষেত্ৰত মধ্যস্থতাকাৰীৰ ভূমিকাক অস্বীকাৰ কৰি কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্পৰ মাজত চলিত বৰ্ষৰ ২২ এপ্ৰিলৰ পৰা ১৬ জুনলৈ কোনো ধৰণৰ ফোনযোগে কথা-বাৰ্তা হোৱা নাছিল। কোনো বিশ্ব নেতাই ভাৰতক এই অভিযান ৰোধ কৰাৰ বাবে আহ্বান জনোৱা নাছিল বুলি উ...