January 23, 2025 8:09 PM

views 34

ৰাজ্যৰ প্ৰাক্তন মন্ত্ৰী ৰূপনাথ ব্ৰহ্মৰ ৫৮ সংখ্যক মৃত্যু বার্ষিকী উপলক্ষে শ্ৰদ্ধাঞ্জলি

কোকৰাঝাৰ নগৰৰ প্ৰগতি ভৱনত আজি ৰাজ্যৰ প্ৰাক্তন মন্ত্ৰী ৰূপনাথ ব্ৰহ্মৰ ৫৮ সংখ্যক মৃত্যু বার্ষিকী উপলক্ষে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। ৰূপনাথ ব্ৰহ্ম স্মাৰক সমিতি আৰু কোকৰাঝাৰ বুনিয়াদী বড়ো সাহিত্য সভাৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত প্রয়াত ব্ৰহ্মৰ প্ৰতিমূৰ্তিত পুষ্পার্ঘ্য্য তৰ্পন কৰাৰ লগতে এটা স্মাৰক বক্তৃতানুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানত বড়ো জনগোষ্ঠীয় সংগঠনৰ ভালেসংখ্যক প্ৰতিনিধি আৰু স্থানীয় লোকসকলে অংশগ্রহণ কৰে। উল্লেখযোগ্য যে ১৯০২ চনৰ ১৫ জুনত কোকৰাঝাৰত জন্মগ্ৰহণ কৰা প্রয়াত ব্রহ্ম...