October 24, 2025 9:07 PM October 24, 2025 9:07 PM

views 43

নিয়োগ মেলাসমূহ দেশৰ যুৱ প্ৰজন্মৰ সপোন পূৰ্ণৰ মাধ্যমৰূপে পৰিগণিত হৈছেঃ প্ৰধানমন্ত্ৰী

নিয়োগ মেলাসমূহ দেশৰ যুৱ প্ৰজন্মৰ সপোন পূৰ্ণৰ মাধ্যমৰূপে পৰিগণিত হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীত আয়োজিত সপ্তদশ ৰাষ্ট্ৰীয় নিয়োগ মেলাক উদ্দেশি দিয়া এটা ভিডিঅ' বাৰ্তাত প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি এইদৰে মত ব্যক্ত কৰে। অনুষ্ঠানত নিয়োগ মেলা উদ্যমৰ অধীনত বিভিন্ন চৰকাৰী বিভাগ আৰু সংস্থাত নতুনকৈ নিযুক্তি লাভ কৰা ৫১ হাজাৰৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰা হয়। শ্ৰীমোদীয়ে কয় যে অকল এই নিযুক্তি মেলাসমূহৰ জৰিয়তে ১১ লাখৰো অধিক নিযুক্তিপত্ৰ প্ৰদান কৰা হৈছ...

October 24, 2025 6:36 PM October 24, 2025 6:36 PM

views 40

সপ্তদশ ৰাষ্ট্ৰীয় নিয়োগ মেলাত দেশৰ ৫১ হাজাৰতকৈও অধিক যুৱক-যুৱতীক নিযুক্তি পত্ৰ বিতৰণ প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত সপ্তদশ ৰাষ্ট্ৰীয় নিয়োগ মেলাত অংশ গ্ৰহণ কৰি চৰকাৰৰ বিভিন্ন বিভাগত দেশৰ ৫১ হাজাৰতকৈও অধিক যুৱক-যুৱতীক নিযুক্তি পত্ৰ বিতৰণ কৰে। প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে এটা ভিডিঅ' বার্তাযোগে কয়, যে নিয়োগ মেলা হৈছে দেশৰ যুৱ প্ৰজন্মৰ সপোন পূৰণ কৰাৰ এটা মাধ্যম। প্রধানমন্ত্ৰী শ্রীমোদীয়ে কয়, যে এইবাৰৰ মেলাৰ সৈতে চৰকাৰৰ বিভিন্ন বিভাগত এঘাৰ লাখতকৈও অধিক যুৱক-যুৱতীক নিয়োগৰ সুবিধা প্ৰদান কৰা হৈছে। দেশত ৩ কোটি ৫ লাখ কর্মসংস্থাপন সৃষ্টিৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰীয়ে ইতিমধ্...

July 12, 2025 6:16 PM July 12, 2025 6:16 PM

views 11

ভার্চুৱেল ব্যৱস্থাৰে দেশৰ ৫১ হাজাৰৰো অধিক যুৱক-যুৱতীক প্রধানমন্ত্ৰীৰ নিযুক্তিপত্ৰ বিতৰণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভার্চুৱেল ব্যৱস্থাৰে দেশৰ ৫১ হাজাৰৰো অধিক যুৱক-যুৱতীক নিযুক্তিপত্ৰ বিতৰণ কৰে। এই উপলক্ষে দিয়া ভাষণত শ্ৰীমোদীয়ে নিযুক্তি মেলাই যুৱ প্ৰজন্মৰ সৱলীকৰণ আৰু তেওঁলোকক বিকশিত ভাৰত গঢ়াৰ প্ৰক্ৰিয়াৰ অনুঘটক কৰি তোলাৰ প্ৰতি চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাক সূচাইছে বুলি মন্তব্য কৰে। তেওঁ কয়, যে ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডত কর্মসংস্থাপন সৃষ্টিৰ ওপৰত চৰকাৰে গুৰুত্ব আৰোপ কৰাৰ বাবে বিগত এঘাৰ বছৰত দেশখনে প্ৰতিটো ক্ষেত্ৰতে অগ্রগতি লাভ কৰিছে। দৰিদ্ৰ লোকৰ বাবে ৪ কোটিৰো অধিক আৱাস গৃহ নি...

April 26, 2025 7:59 PM April 26, 2025 7:59 PM

views 8

দেশৰ বিভিন্ন চৰকাৰী বিভাগ আৰু সংস্থাত নৱ নিযুক্ত ৫১ হাজাৰ প্ৰাৰ্থীক নিযুক্তি মেলাৰ জৰিয়তে নিযুক্তি পত্ৰ প্ৰদানৰ শুভাৰম্ভ প্রধানমন্ত্ৰী মোদীৰ

দেশৰ বিভিন্ন চৰকাৰী বিভাগ আৰু সংস্থাত নৱ নিযুক্ত ৫১ হাজাৰ প্ৰাৰ্থীক নিযুক্তি মেলাৰ জৰিয়তে আজি আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদানৰ শুভাৰম্ভ কৰা হয়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে এই অনুষ্ঠানৰ শুভাৰম্ভ কৰে। এই অনুষ্ঠানৰ অংশ হিচাপে গুৱাহাটী কৰ ভৱনত আয়োজিত নিযুক্তি মেলাৰ কাৰ্যসূচীত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহন আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰি প্ৰায় ২০০ গৰাকী প্ৰাৰ্থীক আনুষ্ঠানিকভাৱে নিযুক্তিপত্ৰ বিতৰণ কৰে। তেওঁ সকলো নৱ নিযুক্ত প্ৰাৰ্থীক দেশৰ সেৱ...

February 6, 2025 6:43 PM February 6, 2025 6:43 PM

views 12

গুৱাহাটীৰ নাৰেঙ্গী সামৰিক কেন্দ্ৰৰ ব্ৰহ্মপুত্ৰ প্ৰেক্ষাগৃহত কাইলৈ নিয়োগ মেলাৰ আয়োজন

প্রাক্তন সৈনিক কল্যাণ বিভাগৰ অন্তৰ্গত পুনৰসংস্থাপন সঞ্চালকালয়ৰ উদ্যোগত গুৱাহাটীৰ নাৰেঙ্গী সামৰিক কেন্দ্ৰৰ ব্ৰহ্মপুত্ৰ প্ৰেক্ষাগৃহত কাইলৈ নিয়োগ মেলাৰ আয়োজন কৰা হৈছে। এই নিয়োগ মেলাত দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ মন্ত্ৰী প্ৰশান্ত ফুকন, পুনৰসংস্থাপন সঞ্চালক, মেজৰ জেনেৰেল এছ বি কে সিঙকে ধৰি কেইবাগৰাকী মেজৰ আৰু ব্রিগেডিয়াৰ উপস্থিত থাকিব। এই নিয়োগ মেলাত ৩৫টাতকৈ অধিক কৰ্পৰেট সংস্থাই নিয়োগ প্রদানকাৰী হিচাপে যোগদান কৰিব। মেলাত ৫০০ৰো অধিক প্ৰাক্তন সৈনিকে নিয়োগ বিচাৰি অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে...

December 24, 2024 10:28 AM December 24, 2024 10:28 AM

views 9

ৰোজগাৰ মেলা উপলক্ষে ৭১ হাজাৰতকৈও অধিক নিযুক্তি পত্ৰ বিতৰণ প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে ৰোজগাৰ মেলা উপলক্ষে ৭১ হাজাৰতকৈও অধিক নিযুক্তি পত্ৰ বিতৰণ কৰে। প্রধানমন্ত্ৰীগৰাকীয়ে বিগত ডেৰ বছৰত দেশত প্ৰায় ১০ লাখ লোকক চৰকাৰী সংস্থাপন দিয়া হৈছে বুলি সদৰী কৰে। তেওঁ কয়, যে এই নিযুক্তিসমূহ সম্পূর্ণ স্বচ্ছভাৱে প্ৰদান কৰা হৈছে আৰু নিযুক্তিপ্রাপ্তসকলে সম্পূর্ণ একাগ্ৰতাৰে দেশৰ সেৱাত ব্ৰতী হৈ আছে। দেশৰ মুঠ ৪৫টা স্থানত নিযুক্তি পত্র বিতৰণৰ বাবে ৰোজগাৰ মেলাৰ আয়োজন কৰা হয়। বিভিন্ন চৰকাৰী বিভাগ আৰু মন্ত্ৰালয়ৰ খালী পদ পূৰণৰ দিশত পদক...

October 29, 2024 5:55 PM October 29, 2024 5:55 PM

views 12

ভিডিঅ’ কনফাৰেঞ্চিং ব্যৱস্থাৰে গুৱাহাটী সহ দেশৰ ৪০ টা স্থানৰ ৰোজগাৰ মেলাক সম্বোধন প্ৰধানমন্ত্ৰীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিভিন্ন চৰকাৰী বিভাগ আৰু সংস্থাত নতুনকৈ নিযুক্তি লাভ কৰা ৫১ হাজাৰৰো অধিক প্ৰাৰ্থীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰে। এই উপলক্ষে গুৱাহাটীসহ দেশৰ ৪০টা স্থানত আয়োজন কৰা ৰোজগাৰ মেলাক ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে যুৱক-যুৱতীসকলক স্থায়ী চৰকাৰী চাকৰি প্ৰদানৰ প্ৰচেষ্টা অব্যাহত আছে। তেওঁ কয় যে দেশৰ যুৱ-প্ৰজন্মক কৰ্ম সংস্থাপনৰ সুযোগ প্রদান কৰিবলৈ চৰকাৰ বদ্ধপৰিকৰ । কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল গুৱাহাটী চিকিৎ...

October 28, 2024 7:52 PM October 28, 2024 7:52 PM

views 7

নতুনকৈ নিৰ্বাচিত হোৱা ৫১ হাজাৰৰো অধিক প্ৰাৰ্থীক কাইলৈ প্রধানমন্ত্ৰীৰ নিযুক্তি পত্ৰ বিতৰণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুনকৈ নিৰ্বাচিত হোৱা ৫১ হাজাৰৰো অধিক প্ৰাৰ্থীক কাইলৈ ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে নিযুক্তি পত্ৰ বিতৰণ কৰিব। দেশৰ ৪০টা স্থানত আয়োজিত ৰোজগাৰ মেলাৰ জৰিয়তে কাইলৈ কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন মন্ত্ৰ্যালয় আৰু বিভাগত এইসকল প্রার্থীক নিযুক্তি পত্ৰ বিতৰণ কৰা হ'ব। এই ৰোজগাৰ মেলাই প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিয়োগ সৃষ্টিৰ অগ্ৰাধিকাৰৰ দায়বদ্ধতাক প্ৰতিফলিত কৰে। এনে ধৰণৰ মেলাই দেশৰ যুৱ প্ৰজন্মক ৰাষ্ট্ৰৰ নিৰ্মাণত অৰিহণা যোগাবলৈ সুবিধা প্ৰদান কৰে ৷ নতুনকৈ নিযুক্তি পোৱা প্ৰাৰ্...