May 14, 2024 8:36 PM May 14, 2024 8:36 PM

views 10

ভাৰতৰ ৰোহন বোপন্না আৰু অষ্ট্ৰেলিয়াৰ মেথিউ এবডেনৰ যুটি ইটালিয়ান অপেন টেনিছ প্ৰতিযোগিতাৰ পৰা বাহিৰ

ভাৰতৰ ৰোহন বোপন্না আৰু অষ্ট্ৰেলিয়াৰ মেথিউ এবডেনৰ যুটিটো ইটালিয়ান অপেন টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছ প্রি-কোৱাৰ্টাৰ ফাইনেলৰ পৰা বাহিৰ হৈছে। দ্বিতীয় বাছনিপ্রাপ্ত বোপন্না আৰু এবডেনৰ যুটিটো আজি প্রি-কোৱাৰ্টাৰ ফাইনেলত ইটালীৰ ছিম’ন ব’লেলি আৰু এন্ড্রিয়া ৱাৱাচ্ছৰিৰ হাতত ২- ৬, ৪-৬ পোনপটীয়া ছেটত পৰাজিত হয়।