March 7, 2025 10:58 AM
14
মৰা ভৰলু নৈৰ ওপৰত নিৰ্মাণ কৰা পকী দলঙৰ উদ্বোধন কৰিব মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি ৰাধা গোবিন্দ বৰুৱা পথ আৰু ড° ভূপেন হাজৰিকা পথত মৰা ভৰলু নৈৰ ওপৰত নিৰ্মাণ কৰা পকী দলঙৰ উদ্বোধন কৰিব। উন্নত যোগাযোগ ব্যৱস্থাৰে সবল ভৱিষ্যত নিৰ্মাণৰ লক্ষ্যৰে ২০২৩-২৪ বিত্তীয় বৰ্ষৰ ৰাজ্যিক স্ব-অগ্ৰাধিকাৰ উন্নয়ন পুঁজিৰ সহায়ত দলংখন নিৰ্মাণ কৰা হৈছে। ১৫ কোটি টকা ব্যয়সাপেক্ষ এই দলংখনৰ জৰিয়তে - বর্ষাপাৰা ষ্টেডিয়াম, কালাপাহাৰ, ফটাশিল, কলনী বজাৰৰ পৰা ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী বিকল্প পথৰ সুবিধা সৃষ্টি হ'ব। তদুপৰি বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত আয়োজিত ক্রি...