February 11, 2025 3:39 PM February 11, 2025 3:39 PM

views 7

প্রধানমন্ত্রী গ্রাম চড়ক যোজনাঃ ২০০২ চনৰ পৰা বৰ্তমানলৈকে ৭ লাখ ৭২ হাজাৰ কিলোমিটাৰ পথ নিৰ্মাণ

প্রধানমন্ত্রী গ্রাম চড়ক যোজনাৰ অধীনত ২০০২ চনৰ পৰা বৰ্তমানলৈকে ৭ লাখ ৭২ হাজাৰ কিলোমিটাৰ পথ নিৰ্মাণ কৰা হৈছে। লোকসভাত আজি এটা প্ৰশ্নৰ উত্তৰত গ্ৰামোন্নয়ন বিভাগৰ ৰাজ্য মন্ত্ৰী কমলেশ পাছোৱানে এই তথ্য সদৰি কৰি কয়, যে এই আঁচনিৰ জড়িয়তে এক লাখ ৬৩ হাজাৰ গ্ৰামাঞ্চললৈ পথ যোগাযোগ ব্যৱস্থাৰ সম্প্ৰসাৰণ সম্ভৱ হৈ উঠিছে। মন্ত্ৰীগৰাকীয়ে লগতে কয়, যে এই আঁচনিৰ চতুৰ্থ পৰ্যায়ত ২৫ হাজাৰৰো অধিক অঞ্চললৈ পথ যোগাযোগ ব্যৱস্থা গঢ়ি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। দেশৰ বহু গ্রামাঞ্চলত পথ যোগাযোগৰ কোনো ব্যৱস্থা নথকাৰ প...