November 21, 2024 6:26 PM

views 15

দেওবাৰে কটন বিশ্ববিদ্যালয়ৰ নতুন কলা ভৱনত আকাশবাণী গুৱাহাটীৰ অংশকালীন ঘোষকৰ লিখিত পৰীক্ষা

আকাশবাণী গুৱাহাটীৰ অংশকালীন ঘোষকৰ লিখিত পৰীক্ষা অহা দেওবাৰে কটন বিশ্ববিদ্যালয়ৰ নতুন কলা ভৱনত অনুষ্ঠিত হ'ব। পৰীক্ষাৰ প্ৰৱেশপত্ৰ প্ৰাৰ্থীসকললৈ ইতিমধ্যে ই-মেইলযোগে প্ৰেৰণ কৰা হৈছে। প্ৰৱেশ পত্ৰ নোপোৱা প্ৰাৰ্থীসকলে কাইলৈৰ ভিতৰত কেন্দ্ৰলৈ আহি ব্যক্তিগতভাৱে প্ৰৱেশপত্র সংগ্ৰহ কৰিব পাৰিব বুলি আকাশবাণীৰ এখন বিজ্ঞপ্তিত কোৱা হৈছে।