March 10, 2025 1:00 PM
15
ভাৰতীয় বায়ুসেনাৰ ইনষ্টিটিউট অফ এৰ’স্পেচ মেডিচিন পৰিদৰ্শন ৰাজনাথ সিঙৰ
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অনাগত দিনত মহাকাশ খণ্ড অভূতপূৰ্ব বিকাশৰ সাক্ষী হ'ব বুলি উল্লেখ কৰি ইয়াৰ সৈতে জড়িত প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰাত গুৰুত্ব প্ৰদান কৰে। কালি কৰ্ণাটকৰ বেংগালুৰুত অৱস্থিত ভাৰতীয় বায়ুসেনাৰ ইনষ্টিটিউট অফ এৰ'স্পেচ মেডিচিন, আই এ এম পৰিদৰ্শন কৰি শ্রীসিঙে বিমান আৰু মহাকাশ যাতায়াতৰ ধাৰাবাহিক বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মহাকাশ চিকিৎসা বিজ্ঞানৰ বিশেষ ব্যুৎপত্তিৰ প্ৰয়োজনীয়তা সন্দৰ্ভত আলোকপাত কৰে । ভাৰতীয় বায়ুসেনাৰ প্ৰতিষ্ঠান আই এ এম পৰিদৰ্শন কৰা শ্ৰীৰাজনাথ সিং হৈছে ভাৰতৰ প্ৰথ...