October 6, 2025 2:10 PM
5
হিমালয়ত হোৱা প্ৰবল বৰষুণৰ ফলত উত্তৰবংগ আৰু ছিকিমত অভূতপূৰ্ব বান
হিমালয়ৰ উৎস অংশত হোৱা প্ৰৱল বৰষুণৰ ফলত উত্তৰ বংগ আৰু ছিকিমৰ প্ৰায়বোৰ নদী ফেনে-ফোটোকাৰে বাঢ়ি অহাৰ ফলত সমগ্ৰ অঞ্চলটো অভূতপূৰ্ব বানৰ কবলত পৰিছে। তিস্তা আৰু তৰ্ছা নৈৰ জলপৃষ্ঠ বিপদসীমাৰ ভা...