September 4, 2025 8:49 PM

views 20

কাইলৈৰ পৰা ইংলেণ্ডৰ ৰিভাৰপুলত ২০২৫ বৰ্ষৰ বিশ্ব বক্সিং প্ৰতিযোগিতা আৰম্ভ

২০২৫ বৰ্ষৰ বিশ্ব বক্সিং প্ৰতিযোগিতা কাইলৈৰ পৰা ইংলেণ্ডৰ ৰিভাৰপুলত আৰম্ভ হ'ব। এই বক্সিং প্রতিযোগিতাৰ বাবে ঘোষণা হোৱা ২০জনীয়া দলটোত দুবাৰৰ বিশ্ব চেম্পিয়ন নিখট জৰিন আৰু টকিঅ অলিম্পিক প্রতিযোগিতাত ব্ৰঞ্জৰ পদকপ্রাপ্ত লাভলীনা বৰগোঁহাইৰ লগতে দুবাৰৰ এছিয়ান চেম্পিয়ন পূজা ৰাণীৰ দৰে তাৰকা খেলুৱৈক অন্তৰ্ভুক্ত কৰা হৈছে। আনহাতে, বক্সিঙৰ ভাৰতীয় পুৰুষৰ দলটোত সুমিত কুণ্ডুৰ লগতে ২০২১ চনত বিশ্ব যুৱ চেম্পিয়ন খেলুৱৈ শচীন সিৱাচ আৰু হৰ্ষ চৌধুৰীক অন্তৰ্ভুক্ত কৰা হৈছে। লগতে প্ৰথমবাৰৰ বাবে প্ৰতিযোগিতাত অংশগ্ৰহণৰ সু...