August 10, 2024 7:35 PM

views 20

পেৰিছ অলিম্পিকৰ ফ্ৰী-ষ্টাইল শিতানত ভাৰতৰ ৰিতিকা হুদা পৰাস্ত

ভাৰতৰ ৰিতিকা হুদা শীর্ষ বাছনিপ্রাপ্ত কীর্গিজস্তানৰ মেডেত কিজি আইপেৰিৰ হাতত পৰাজিত হৈ পেৰিছ অলিম্পিকৰ মহিলাৰ মল্লযুদ্ধৰ ৭৬ কিলোগ্রাম ওজন শাখাৰ ফ্ৰী-ষ্টাইল শিতানৰ পৰা বাহিৰ হৈছে । অদিতি অশোক আৰু দীক্ষা দাগৰেও গ'ল্ফৰ মহিলাৰ ব্যক্তিগত শিতানত ভাল ফল দেখুৱাত ব্যৰ্থ হৈছে। অদিতি বর্তমান ৩৩ সংখ্যক আৰু দীক্ষা ৫১ সংখ্যক স্থান আছে আৰু খেলুৱৈ দুগৰাকীৰ অলিম্পিক অভিযানৰ সামৰণি পৰাৰ সম্ভাৱনা প্ৰৱল হৈ উঠিছে। ভাৰতে এইবাৰৰ অলিম্পিকত এটা ৰূপ আৰু ৫টা ব্ৰঞ্জকে ধৰি মুঠ ৬টা পদক লাভ কৰিছে। অমন শ্বেহৰাৱটে কালি পুৰুষৰ মল্...