January 7, 2026 8:44 PM

views 10

শিৱসাগৰত আধাৰশিলা ন্যাসৰ উদ্যোগত অহা ৫ ফেব্ৰুৱাৰীৰ পৰা ৪ দিনীয়াকৈ ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱ

শিৱসাগৰত আধাৰশিলা ন্যাসৰ উদ্যোগত অহা ৫ ফেব্ৰুৱাৰীৰ পৰা ৪ দিনীয়া কাৰ্যসূচীৰে ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱ ২০২৬ অনুষ্ঠিত হব। বিশিষ্ট সাহিত্যিক ৰীতা চৌধুৰীয়ে আজি শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ত এখন সংবাদমেলত এই বিষয়ে সদৰি কৰে। তেওঁ কয় যে শব্দ, লয় আৰু কলাৰ জৰিয়তে মানৱতাৰ জয়গান গোৱাৰ বাবে এই সাহিত্য উৎসৱৰ আয়োজন কৰা হৈছে। এই উৎসৱ শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ লগতে দিচাংমুখ আৰু বৰ্ডিং খেলপথাৰত অনুষ্ঠিত হ'ব। এই উৎসৱত ম্যানমাৰ, কেনিয়া, হাংগেৰী, শ্লোকাভিয়াসহ পৃথিৱীৰ বিভিন্ন দেশৰ বক্তা, বুৰঞ্জিবিদ আৰু সা...