June 14, 2025 6:35 PM

views 10

দক্ষিণ এছিয় শৰীৰ চৰ্চা প্ৰতিযোগিতাৰ ৭৫ কিলোগ্রাম ওজন শাখাত ৰিংকু দাসৰ ৰূপৰ পদক অৰ্জন

দক্ষিণ এছিয় শৰীৰ চৰ্চা প্ৰতিযোগিতাৰ ৭৫ কিলোগ্রাম ওজন শাখাত ভাৰতৰ ৰিংকু দাসে ৰূপৰ পদক অৰ্জন কৰিছে। ভূটানৰ থিম্পুত অনুষ্ঠিত এই প্রতিযোগিতাত অসমৰ খেলুৱৈগৰাকীয়ে দেশক প্ৰতিনিধিত্ব কৰি গৌৰৱ কঢ়িয়াই আনে।