July 15, 2024 6:39 PM

views 18

লাডাখৰ কাৰ্গিল যুদ্ধ স্মাৰকত কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা আৰু সংখ্যালঘু দপ্তৰৰ মন্ত্ৰী কিৰেণ ৰিজিজুৱে লাডাখত কালি কাৰ্গিল বিজয় দিৱস উপলক্ষে দাচৰ কাৰ্গিল যুদ্ধ স্মাৰকত অপাৰেচন বিজয়ৰ সাহসী সৈনিক সকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। মন্ত্ৰীগৰাকীয়ে ১৯৯৯ চনত ভাৰতীয় সৈনিক সকলে কার্গিল যুদ্ধত দিয়া বলিদানক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে। শ্ৰীৰিজিজুৱে সৈনিকসকলৰ সৈতে বাৰ্তালাপ কৰে আৰু তেওঁলোকৰ সমৰ্পণ তথা সেৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে, ৰাষ্ট্ৰৰ শান্তিৰ বাবে সৈনিকসকলে নিজৰ প্ৰাণ আহুতি দিছে। সেয়েহে প্ৰত্যেকগৰাকী ভাৰতীয়ই নি...