June 25, 2024 12:59 PM

views 27

ভাৰতীয় ক্ৰিকেট দলত স্থান লাভ কৰা অসমৰ প্ৰথমগৰাকী খেলুৱৈ ৰিয়ান পৰাগক মুখ্যমন্ত্ৰীৰ শুভেচ্ছা

ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদ বি চি চি আই-এ জিম্বাবুৱেৰ বিৰুদ্ধে হ'বলগীয়া শৃংখলাৰ বাবে ভাৰতীয় দলৰ সদস্যসকলৰ নাম ঘোষণা কৰিছে। দলটোৱে জিম্বাবুৱেৰ বিৰুদ্ধে অহা মাহত ৫ খনীয়া টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্রিকেট শৃংখলাত অংশগ্রহণ কৰিব। শৃংখলাৰ আটাইকেইখন খেল হাৰাৰে স্পোর্টছ ক্লাব খেলপথাৰত খেলোৱা হ'ব। খেলকেইখন ৬, ৭, ১০, ১৩ আৰু ১৪ জুলাইত অনুষ্ঠিত হ'ব। কালি কৰা ঘোষণা অনুসৰি দলত স্থান লাভ কৰা খেলুৱৈ সকল হ'ল— শুভমন গীল, যশস্বী জয়ছোৱাল, ৰুতুৰাজ গায়কোৱাড়, অভিষেক শর্মা, ৰিকু সিং, সঞ্জু ছেমছন, ধ্ৰুৱ জুৰেল, নী...