September 9, 2024 6:00 PM

views 27

উচ্চতম ন্যায়ালয়ত আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ৰ হত্যাকাণ্ডৰ সৈতে জড়িত গোচৰৰ শুনানি

উচ্চতম ন্যায়ালয়ত আজি কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত যোৱা মাহত এগৰাকী ৩১ বছৰীয়া চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ সৈতে জড়িত গোচৰৰ শুনানি চলি আছে। উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাক অহা মঙলবাৰে এই গোচৰৰ নতুন প্রতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। সংস্থাটোৱে কয় যে, এইমছ আৰু অন্যান্য গৱেষণাগাৰসমূহে সুকীয়াকৈ ফৰেনচিক অধ্যয়ন কৰিব। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্রচূড়, ন্যায়াধীশ জে বি পার্ডিৱালা আৰু মনোজ মিশ্ৰৰ বিচাৰপীঠে বিষয়টোৰ ওপৰত শুনানি গ্ৰহণ কৰি আছে। ছলিচিটৰ জেন...