May 8, 2025 11:27 AM
উত্তৰ গুৱাহাটীত প্ৰস্তাৱিত ন্যায়িক চৌহদৰ কাম-কাজৰ অগ্ৰগতিৰ সন্দৰ্ভত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক
উত্তৰ গুৱাহাটীৰ ৰংমহলত প্ৰস্তাৱিত ন্যায়িক চৌহদৰ কাম-কাজৰ অগ্ৰগতিৰ সন্দৰ্ভত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা কালি এখন পর্যালোচনা বৈঠকত মিলিত হয়। বৈঠকত উচ্চ ন্যায়ালয়ৰ নতুন ভৱন, কার...