May 8, 2025 11:27 AM

views 10

উত্তৰ গুৱাহাটীত প্ৰস্তাৱিত ন্যায়িক চৌহদৰ কাম-কাজৰ অগ্ৰগতিৰ সন্দৰ্ভত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক

উত্তৰ গুৱাহাটীৰ ৰংমহলত প্ৰস্তাৱিত ন্যায়িক চৌহদৰ কাম-কাজৰ অগ্ৰগতিৰ সন্দৰ্ভত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা কালি এখন পর্যালোচনা বৈঠকত মিলিত হয়। বৈঠকত উচ্চ ন্যায়ালয়ৰ নতুন ভৱন, কার্যালয় ভৱন, বাৰ কাউন্সিল ভৱন, ন্যায়াধীশসকলৰ আৱাস, বিষয়া-কৰ্মচাৰীসকলৰ বাসভৱন, বাট-পথ নির্মাণ আদিকে ধৰি বিভিন্ন দিশত আলোচনা কৰা হয়। মুখ্যমন্ত্রীগৰাকীয়ে এই বৈঠকতে ডিব্ৰুগড়ত প্ৰস্তাৱিত অসম বিধানসভা ভৱন, বিধায়ক আৱাস আৰু নতুন আৱৰ্ত ভৱনৰ কামৰ অগ্ৰগতিৰ বুজ লয়। ইপিনে শিক্ষা বিভাগৰ বিভিন্ন আঁচনি পর্যালোচনা কৰি মুখ্যমন...