March 22, 2025 7:23 PM March 22, 2025 7:23 PM
5
ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰী সচিবালয়ত ধেমাজি বিধানসভা সমষ্টিত ৰূপায়িত বিভিন্ন প্রকল্প, আঁচনি, উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা বৈঠক
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি ডিব্ৰুগড়স্থিত মুখ্যমন্ত্ৰীৰ সচিবালয়ত ধেমাজি বিধানসভা সমষ্টিত ৰূপায়িত বিভিন্ন প্রকল্প, আঁচনি তথা অন্যান্য উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। এই বৈঠকত মন্ত্ৰীসভাৰ বৈঠকত ধেমাজি জিলাৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা ঘোষণাসমূহৰ ৰূপায়ণৰ অগ্ৰগতি সম্পৰ্কে বিতংভাৱে আলোচনা কৰা হয়। তদুপৰি জিয়াধল, মৰিধল, গাইনৈৰ সুঁতিয়ে সৃষ্টি কৰা বান পৰিস্থিতি, ধেমাজি নগৰত সন্মিলন কেন্দ্ৰ নির্মাণ, নলা-নর্দমা নির্মাণ, ধেমাজি আৰু গোগামুখ চক্ৰত সীমা সমস্যা সমাধানকে ধৰি বিভিন্ন ...