September 8, 2024 7:38 PM September 8, 2024 7:38 PM

views 6

গুৱাহাটীত দুদিনীয়া কাৰ্যসূচীৰে ৰাজহ বিভাগৰ  বিশেষ কর্মশালা অনুষ্ঠিত

গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত দুদিনীয়া কাৰ্যসূচীৰে ৰাজহ বিভাগৰ এখন বিশেষ কর্মশালা অনুষ্ঠিত হৈছে। এই কৰ্মশালাত তৃতীয় পৰ্যায়ৰ মিছন বসুন্ধৰা ৰূপায়ণ সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয়। কৰ্মশালাত ৰাজহ বিভাগৰ শীৰ্ষ বিষয়াৰ লগতে প্ৰতিখন জিলাৰ আয়ুক্ত, অতিৰিক্ত জিলা আয়ুক্তৰ উপৰি চক্র বিষয়াসকল উপস্থিত থাকে। জিলা আয়ুক্তসকলে মিছন বসুন্ধৰা ৰূপায়ণৰ ক্ষেত্ৰত সততে সন্মুখীন হোৱা সমস্যাসমূহ বিভাগীয় শীর্ষ আমোলা বিষয়াক অৱগত কৰে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ব...