May 20, 2025 8:49 PM May 20, 2025 8:49 PM
11
আজিৰেপৰা সীমান্ত সুৰক্ষা বাহিনীয়ে পাঞ্জাব ফ্ৰণ্টিয়াৰকে ধৰি ভাৰত-পাকিস্তান সীমান্তৰ তিনিওটা যুটিয়া তালাচী চকীত ৰিট্ৰিট সমাৰোহ পুনৰ আৰম্ভ হ’ব
সীমান্ত সুৰক্ষা বাহিনীয়ে পাঞ্জাব ফ্ৰণ্টিয়াৰকে ধৰি ভাৰত-পাকিস্তান সীমান্তৰ তিনিওটা যুটিয়া তালাচী চকীত আজিৰেপৰা ৰিতি সমাৰোহ পুনৰ আৰম্ভ হ'ব বুলি ঘোষণা কৰিছে। বি এছ এফৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি আজিৰ এই সমাৰোহ কেৱল সংবাদকর্মীসকলৰ বাবেহে খোলা থাকিব আৰু কাইলৈৰ পৰা জনসাধাৰণে এই ৰিট্ৰিট সমাৰোহ প্ৰত্যক্ষ কৰিব পাৰিব। পাকিস্তান আৰু পাকিস্তান অধিকৃত জম্মু-কাশ্মীৰৰ পৰা সন্ত্ৰাসবাদী আন্তঃগাঁথনি বিনাশ কৰাৰ বাবে ভাৰতে চলোৱা অপাৰেচন সিন্দুৰৰ এদিন পাছতে যোৱা ৮ মে'ত আটাৰী, হুছেইনীৱালা আৰু চাদকি তালাচী চকীৰ ৰিট্ৰ...