April 30, 2024 7:28 PM

views 50

আকাশবাণীৰ বাতৰি বিভাগৰ মুৰব্বী সঞ্চালক প্ৰধান বসুধা গুপ্তাৰ অৱসৰ গ্ৰহণ

আকাশবাণীৰ বাতৰি বিভাগৰ মুৰববী সঞ্চালকপ্ৰধান বসুধা গুপ্তাই আজি অৱসৰ গ্ৰহণ কৰে। ভাৰতীয় তথ্য সেৱাৰ জ্যেষ্ঠ বিষয়া শ্ৰীমতী গুপ্তাই দীৰ্ঘদিন ধৰি আকাশবাণীৰ সৈতে জড়িত হৈ থকাৰ লগতে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ৰ বিভিন্ন পদবীত কাৰ্যনিৰ্বাহ কৰিছিল। কাইলৈ ভাৰতীয় তথ্য সেৱাৰ জ্যেষ্ঠ বিষয়া অসমৰ মৌচুমী চক্ৰৱৰ্তীয়ে আকাশবাণী বাতৰি বিভাগৰ নতুন সঞ্চালক প্রধান হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিব।