June 13, 2024 12:06 PM
7
দেশত বিগত মে’ত ঘাই ঘাই খুচুৰা সামগ্ৰীৰ মুদ্রাস্ফীতি ৪.৭৫ শতাংশলৈ হ্ৰাস
দেশত যোৱা মে’ত ঘাই ঘাই খুচুৰা সামগ্ৰীৰ মুদ্রাস্ফীতি ৪ দশমিক ৭-৫ শতাংশলৈ হ্ৰাস পাইছে। পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি এপ্ৰিল মাহত উপভোক্তা মূল্য সূচ্যাংক আধাৰিত মুদ্রাস্ফীতি ৪ দশমিক ৮-৩ শতাংশ আছিল। যোৱা মাহত ঘাই ঘাই খুচুৰা সামগ্ৰীৰ মুদ্রাস্ফীতিৰ হাৰ ২০২৩ চনৰ মে’ৰ পাছত আটাইতকৈ কম হৈছে আৰু ২০২৪ৰ মাৰ্চৰ আৰম্ভণিৰে পৰা একেৰাহে ৩ মাহত ৫ শতাংশৰ তলত আছে। আনহাতে, খাদ্যসামগ্ৰী আৰু ইন্ধনৰ লেখিয়া সঘনাই মূল্যৰ উত্থান-পতন হৈ থকা উপাদানসমূহক বাদ দি গণনা কৰা ঘাই সামগ্ৰীৰ মুদ্র...