July 23, 2025 4:12 PM
20
২০২৫ বৰ্ষৰ বাবে দেশৰ মুদ্রাস্ফীতি ৩.৮ শতাংশ আৰু ২০২৬ বৰ্ষৰ বাবে ৪.০ শতাংশৰ ভিতৰত থকা সম্ভাৱনা
● ভাৰতীয় অৰ্থব্যৱস্থা ৬.৫ শতাংশৰ মুঠ ঘৰুৱা উৎপাদনেৰে ২০২৫ বৰ্ষত গুৰুত্বপূৰ্ণ অৰ্থব্যৱস্থাসমূহৰ ভিতৰত দ্ৰুত বিকাশশীল অৰ্থব্যৱস্থা হৈ থকাৰ সম্ভাৱনা আছে। এচিয় বিকাশ বেংকে আজি জাৰি কৰা প্ৰতিবেদন অনুসৰি শক্তিশালী ঘৰুৱা চাহিদা, স্বাভাৱিক বৰষুণ আৰু ধনৰ যোগান বৃদ্ধি তথা সুদৰ হাৰ হ্ৰাস কৰাৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংকে গ্ৰহণ কৰা ব্যৱস্থাৰ বাবেই ভাৰত দ্রুত বিকাশশীল অৰ্থব্যৱস্থাসমূহৰ অন্যতম ৰূপে পৰিগণিত হোৱাৰ সম্ভাৱনা আছে। প্রতিবেদনখনত ভাৰতীয় ৰিজাৰ্ভ বেংকে পূর্বানুমান কৰাৰ দৰে ২০২৫ বৰ্ষৰ বাবে মুদ্রাস্ফীতি...