January 17, 2025 10:19 AM

views 22

৭৬ সংখ্যক গণৰাজ্য দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি

ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰবোৱো ছুবিয়ান্তোই এইবেলি ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণ মৰ্মে ৰাষ্ট্ৰপতিগৰাকী অহা ২৫ জানুৱাৰীত দুদিনীয়া ভ্রমণসূচীৰে ভাৰতলৈ আহিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি যোৱা বছৰৰ অক্টোবৰত ৰাষ্ট্ৰপতি হিচাপে দায়িত্বভাৰ গ্ৰহণৰ পাছত এয়া হ'ব শ্ৰীছুবিয়ান্তোৰ প্ৰথম ভাৰত ভ্ৰমণ। এই ভ্রমণে দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ পুংখানুপুংখ পৰ্যালোচনা চলোৱাৰ লগতে পাৰস্পৰিক স্বার্থজড়িত বিভিন...