November 26, 2025 8:16 PM November 26, 2025 8:16 PM
11
২০২৬ চনৰ গণৰাজ্য দিৱস উদযাপনৰ বাবে প্ৰতিৰক্ষা মন্ত্রালয়ৰ ছাত্র-ছাত্ৰী আৰু যুৱ শিল্পীসকলৰ বাবে চিত্রাংকন, ৰচনা, গান আৰু কুইজ প্রতিযোগিতা আয়োজন
২০২৬ চনৰ গণৰাজ্য দিৱস উদযাপনৰ বাবে প্ৰতিৰক্ষা মন্ত্রালয়ে মাইগভৰ সহযোগত সকলো নাগৰিকৰ বাবে বিশেষকৈ ছাত্র-ছাত্ৰী আৰু যুৱ শিল্পীসকলৰ বাবে তিনিটা প্রতিযোগিতাৰ শিতান মুকলি কৰিছে। ইয়াৰ জৰিয়তে দেশৰ প্ৰতি সন্মান তথা দেশপ্ৰেমৰ ভাৱনাক প্ৰদৰ্শন কৰাৰ ব্যৱস্থা কৰা হৈছে। এই প্রতিযোগিতাৰ ভিতৰত চিত্রাংকন, ৰচনা, গান আৰু কুইজ প্রতিযোগিতা আছে। মন্ত্রালয়ে শিল্পীসকলক আত্মনির্ভব, উদ্ভাবন আৰু বহনক্ষম বিকাশৰ দিশত ভাৰতৰ যাত্ৰাক প্ৰতিফলিত কৰা ছবি সৃষ্টি কৰিবলৈ আহ্বান জনাইছে। শ্রেষ্ঠ ছবিখনক বিশেষ প্রদর্শনীত দেখুওৱা হ'ব। বি...