January 24, 2025 8:09 PM January 24, 2025 8:09 PM
16
গণৰাজ্য দিৱসৰ কুছকাৱাজত উত্তৰ পূৰ্বাঞ্চলৰ পৰা প্ৰথমবাৰৰ বাবে ৬ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্রহণ কৰিব
নতুন দিল্লীৰ কৰ্তব্য পথত হ'বলগীয়া গণৰাজ্য দিৱসৰ কুছকাৱাজত উত্তৰ পূৰ্বাঞ্চলৰ পৰা প্ৰথমবাৰৰ বাবে ৬ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্রহণ কৰিব। অন্যান্য পিছপৰা শ্ৰেণী কল্যাণ বিভাগে আগবঢ়োৱা আর্থিক সাহায্যত কাইলৈ এই ছাত্ৰ-ছাত্ৰীকেইগৰাকী দিল্লীলৈ ৰাওনা হ'ব। বিভাগীয় মন্ত্রী সান্তনা চাকমাই এই কথা প্ৰকাশ কৰি কয়, যে এইবাৰ সমগ্ৰ দেশৰ অন্যান্য পিছপৰা শ্ৰেণীৰ সম্প্ৰদায়ৰ মুঠ ৪১৫ গৰাকী ছাত্ৰ-ছাত্ৰী এই কুছকাৱাজত অংশগ্ৰহণ কৰাৰ বাবে বাচনি কৰা হৈছে। তেওঁ লগতে জানিবলৈ দিয়ে যে, এই বাচনি মেধা আৰু সম্ভাৱনাৰ ভিত্তিত কৰা...