May 29, 2024 12:29 PM May 29, 2024 12:29 PM

views 8

ৰীমাল ঘূৰ্ণী বতাহৰ বাবে ৰাজ্যৰ কেইবাখনো জিলাত ৰেড এলাৰ্ট জাৰি, শিক্ষানুষ্ঠান বন্ধ ঘোষণা

ৰীমাল ঘূৰ্ণী বতাহৰ প্ৰভাৱত ৰাজ্যৰ কেইবাখনো জিলাত বৰষুণ হৈ আছে আৰু এই জিলাকেইখনত সতর্কতা জাৰি কৰা হৈছে। চিৰাং, গোৱালপাৰা, বাক্সা, ডিমা হাছাও, কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জ জিলাত ৰেড এলার্ট জাৰি কৰাৰ বিপৰীতে ধুবুৰী, দক্ষিণ শালমাৰা, বঙাইগাঁও, বজালী, তামুলপুৰ, বৰপেটা, নলবাৰী, মৰিগাঁও, নগাঁও, হোজাই আৰু পশ্চিম কাৰ্বি আংলং জিলাত অ'ৰেঞ্জ এলার্ট জাৰি কৰা হৈছে। ইপিনে বিভিন্ন জিলা প্ৰশাসনে প্রতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি আজিও শিক্ষানুষ্ঠান বন্ধ ৰখাৰ কথা ঘোষণা কৰিছে। দুৰ্যোগৰ পৰিপ্ৰেক্ষিতত গোলাঘাট জিলাৰ সকলো...